Skip to main content

Shopping Cart

You're getting the VIP treatment!

Item(s) unavailable for purchase
Please review your cart. You can remove the unavailable item(s) now or we'll automatically remove it at Checkout.
itemsitem
itemsitem

Recommended For You

Loading...
  • Audiobook

    Oath of The Vayuputras, The

    Unabridged

    23 hours 1 min

    'আমিশ ত্ৰিপাঠী ভাৰতৰ প্ৰথম জন তাৰকা সাহিত্যিক'- কথাষাৰ কৈছে এজন বিশ্ববিখ্যাত তাৰকা চলচ্চিত্ৰ নিৰ্মাতা/পৰিচালক শেখৰ কাপুৰে আৰু কথাষাৰ উলেখ কৰা হৈছে 'দ্য অ'থ অৱ দ্য বায়ুপুত্ৰয' গ্ৰন্থ খনৰ বেটুপাতত। শ্ৰোতাই গ্ৰন্থখনি শ্ৰৱণ কৰি উঠি অনুভৱ কৰিব যে শেখৰ কাপুৰ মহোদয়ে কথাষাৰ এনেই কোৱা নাই । শিৱ পূৰাণ সদৃশ আদর্শস্বৰূপ এই গ্ৰন্থখনিয়ে হৃদয় প্ৰদেশ আলোড়িত কৰি তোলে অৰ্থাৎ আত্মাৰ গভীৰতম প্ৰদেশ উন্মোচিত কৰে। বৰ্ণন ... Read more

    $20.54 USD

  • Audiobook

    Raavan

    Unabridged

    14 hours

    ৰাম চন্দ্ৰ শৃংখলাৰ এই আমোদজনক তৃতীয়খন গ্ৰন্থত লংকাৰ ৰজা ৰাৱণৰ ওপৰত আলোকপাত কৰা হৈছে। অন্ধকাৰক বাদ দি পোহৰৰ কোনো উদ্দেশ্য নাই বা এনেকৈও কব পাৰি যে খলনায়ক অবিহনে নায়ক ৰূপী দেৱতাসকলৰ কি কাম ? খ্ৰী: পূ: ৩৪০০ ৰ ভাৰতবৰ্ষ এখনি অশান্তি,দাৰিদ্র আৰু বিশৃঙ্খলাৰে পৰিপূৰ্ণ দেশ। অধিকাংশ মানুহ নীৰৱে সকলো সহ্য কৰি থাকে আৰু তাৰে কিছু বিদ্ৰোহী হয় যিয়ে এখন উন্নত বিশ্বৰ বাবে যুদ্ধ কৰি থাকে আৰু কিছুৱে নিজৰ বাবে । তাৰে ... Read more

    $19.99 USD

  • Audiobook

    Mrityunjayi Bharat

    Unabridged

    5 hours 50 min

    'মৃতুঞ্জয়ী ভাৰত' হৈছে আমিশ ত্ৰিপাঠীৰ জনপ্ৰিয় গ্ৰন্থ 'ইম্মৰটেল ইণ্ডিয়াৰ' অসমীয়া সংস্কৰণ য'ত তেওঁ প্ৰাচীন ভাৰতীয় ইতিহাসৰ বহুতো তথ্যৰ লগতে বিশ্ব ইতিহাসৰ বিষয়েও উল্লেখ কৰিছে।এই গ্ৰন্থখনত তেওঁৰ অন্যান্য গ্ৰন্থ.. যেনে- শিৱ ত্ৰিল'জী, ৰাম ত্ৰিল'জী, চোহেল দেৱ, ধৰ্ম ইত্যাদি গ্ৰন্থক লৈ পাঠকৰ মনত উদ্ৰেক হোৱা বিভিন্ন প্ৰশ্নৰ উত্তৰ দিছে লগতে তেওঁ কেনেদৰে আৰু কি পৰিস্থিতিত বেংকৰ চাকৰি বাদ দি সাহিত্য জগতলৈ যাত্ৰা ... Read more

    $8.33 USD

  • Audiobook

    Ram

    Unabridged

    15 hours 50 min

    ৰাম কোন? ৰামৰ জন্মকাহিনী কি আৰু কেনেকৈ হৈছিল ৰামৰ নামাকৰণ? মহাকাব্যিক চৰিত্ৰ ৰামৰ এক ব্যতিক্ৰমী উপস্থাপন। এই ৰাম জন্মলগ্নৰে পৰা দশৰথৰ প্ৰিয় পুত্ৰ ৰাম নহয়। এই ৰাম অন্য এজন ৰাম, যাৰ মূৰৰ ওপৰত পিতৃৰ আৰ্শীবাদৰ হাতখন নাছিল। এই ৰাম সেইজন হয়, যাক পিতৃয়ে অযোধ্যাৰ বাবে অভিশপ্ত বুলি বিবেচনা কৰিছিল। কিন্তু এই অভিশপ্ত বুলি বিবেচিত ৰামেই পিছলৈ হৈ পৰিছিল পিতৃৰ প্ৰিয়ভাজন প্ৰিয় পুত্ৰ ৰাম। কিন্তু কেনেকৈ? কেনে আছিল ... Read more

    $19.99 USD

  • Audiobook

    Suheldev

    Unabridged

    15 hours 1 min

    ১০২৫ চনত গজনীৰ মামুদে ভাৰত আক্ৰমণৰ কৰাৰ সময়ৰ কথা। তুৰ্কীয়ে সোমনাথ মন্দিৰত ধ্বংসযজ্ঞ আৰম্ভ কৰে। তুৰ্কীৰ আক্ৰমণত নিহত হয় সোমনাথ মন্দিৰৰ সুৰক্ষাৰ দায়িত্বত থকা শ্ৰাৱস্তীৰ যুৱৰাজ মল্লদেৱ। মল্লদেৱ আছিল শ্ৰাৱস্তীৰ মহাৰাজ মংগলধ্বজ আৰু মহাৰাণী বিজয়লক্ষীৰ বৰ পুত্ৰ। মল্লদেৱৰ মৃত্যুৱে ভায়েক সুহেলদেৱৰ মনত সাংঘাটিক আঘাট দিয়ে। তেওঁৰ বাবে অসহনীয় হৈ পৰে তেওঁৰ প্ৰিয় ককায়েক মল্লদেৱৰ মৃত্যু। কিন্তু সেই সময় দুখ কৰি ... Read more

    $20.54 USD

  • Audiobook

    Sita

    Unabridged

    15 hours 51 min

    মিথিলাৰ ৰজা জনক আৰু ৰাণী বসুমতীয়ে যজ্ঞভূমিত হাল বাওঁতে সীৰলুত পোৱা পালিতা কন্যা, ৰামায়ণ মহাকাব্যৰ মূল নায়িকা 'সীতা'ক বৰ্তমান সময়ৰ আটাইতকৈ জনপ্ৰিয় লেখক আমিশ ত্ৰিপাঠীয়ে এক অনন্য ৰূপত পৰিৱেশন কৰিছে তেখেতৰ ৫৫ লাখতকৈয়ে বেছি বিক্ৰী হোৱা গ্ৰন্থ 'সীতা : মিথিলাৰ যোদ্ধা'ত৷ 'সীতা : মিথিলাৰ যোদ্ধা' আমিশৰ ৰামচন্দ্ৰ ত্ৰয়োবৃত্তৰ দ্বিতীয়খন গ্ৰন্থ৷ ৩৪০০ খ্ৰীষ্টপূৰ্ব ভাৰতবৰ্ষলৈ বৰ্তমানৰ লেখকে আমাক লৈ গৈছে, য ... Read more

    $19.99 USD

  • Audiobook

    Dharma

    Unabridged

    6 hours 58 min

    এজন চচ্-চেফ নাচিকেত অনন্ত সাৱন্ত। তেওঁৰ পত্নী গাৰ্গী, শহুৰ ধৰ্মৰাজ আৰু শাহুৱেক লোপামুদ্ৰাৰ মাজত সাধাৰণতে কিছুমান কথাৰ আলোচনা হৈ থাকে। এইয়া তাৰেই কিছু অংশ। সেইদিনা আলোচনা প্ৰথম আৰম্ভ হয় নাচিকেত আৰু ধৰ্মৰাজৰ মাজত। পিছলৈ তাত যোগ দিয়েহি লোপামুদ্ৰা আৰু গাৰ্গীয়ে। আলোচনাৰ আৰম্ভণি বিষয় বস্তু আছিল কৰ্ম। কৰ্ম মানে কি? কৰ্ম মানে কেৱল ভাল কাৰ্য কৰাটোৱেই বুজাই নে ভালে বেয়াই কৰা দুয়োটা কাৰ্যকে বুজাই? কৰ্মৰ পৰা ... Read more

    $7.99 USD

  • Audiobook

    Secret of the Nagas, The

    Unabridged

    15 hours 48 min

    বিশ্ব-ব্ৰহ্মাণ্ডই শিৱলৈ মুৰ দোঁৱায়.. আমিশ ত্ৰিপাঠীৰ অতিশয় জনপ্ৰিয় ত্ৰিলজী 'শিৱ ত্ৰয়োবৃত্ত'ৰ দ্বিতীয় খণ্ড 'দ্য চিক্ৰেট অব্ দ্য নাগছ'ৰ স্বাসৰূদ্ধকৰ কাহিনী পাঠ এইবাৰ শুনক জনপ্ৰিয় কণ্ঠশিল্পী তথা গীতিকাৰ মৈত্ৰেয়ী পাটৰৰ কণ্ঠত। অসমীয়া অনুবাদ সাহিত্য অকাদেমি বঁটাপ্ৰাপ্ত অনুবাদক বিপুল দেউৰীৰ। ... Read more

    $20.54 USD

  • Audiobook

    Immortals of Meluha, The

    Unabridged

    17 hours 4 min

    নৱ্য ভাৰতীয়ই ভুলকৈ সিন্ধু উপত্যকা বুলি অভিহিত কৰা সময়ৰ কথা। খ্ৰীষ্টঃপূৰ্ব ১৯০০ শতিকা। সেই কালৰ বাসিন্দাসকলে এই দেশৰ নাম দিছিল মেলুহা। বহু শতিকাৰ পূৰ্বে এই নিখুঁত সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল মহান নৃপতি প্ৰভু ৰামে। এইসকল আছিল সূৰ্যবংশী। সূৰ্যবংশীসকলৰ এই গৌৰৱোজ্বল সাম্ৰাজ্য আৰু ইয়াৰ শাসক সকল তেওঁলোকৰ প্ৰধান নদী সৰস্বতী ক্ৰমান্বয়ে মৃত্যুমুখী হোৱাৰ ফলত গভীৰ সংকটৰ সন্মুখীন হৈছিল। তাৰোপৰি তেওঁলোক সন্মুখ ... Read more

    $19.99 USD